Read Anywhere and on Any Device!

Subscribe to Read | $0.00

Join today and start reading your favorite books for Free!

Read Anywhere and on Any Device!

  • Download on iOS
  • Download on Android
  • Download on iOS

অৰ্ণৱ, আস্থা আৰু JEC

ইন্দ্ৰাণী শৰ্মা
3.82/5 (34 ratings)
'অৰ্ণৱ, আস্থা আৰু JEC' আগবাঢ়িছে পৰিয়ালৰ সকলোৰে মাজত ডাঙৰ হোৱা এগৰাকী সৰলমনা কিশোৰীৰ কাহিনীৰে ৷ কিশোৰী জীৱনৰ অলেখ অযুত সপোন, প্ৰথম প্ৰেমৰ কোমল শ্নিগ্ধ অনুভূতি, জটিল জীৱনৰ সৈতে মুখামুখি হোৱা সময়ৰ অন্তৰ্দ্বন্দ্ব আৰু আধুনিকতাই আনি দিয়া যান্ত্ৰিকতাত জুৰুলা এটা প্ৰজন্মৰ সংঘাটৰ কাহিনী এই উপন্যাস ৷ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ (JEC) পটভূমিত ৰচিত এই উপন্যাস এক কথাত কবলৈ গ'লে — পোহৰমুখী এজাক কিশোৰ-কিশোৰী তথা তৰুণ-তৰুণীৰ হৃদয়পৰশা কাহিনী, যি মিঠা মিঠা আৰু ভাল লগা ৷
Format:
Paperback
Pages:
208 pages
Publication:
2019
Publisher:
আঁক-বাক
Edition:
প্ৰথম
Language:
asm
ISBN10:
ISBN13:
9789385934865
kindle Asin: